islamEnc Apk

islamEnc Apk

Latest version 1.0
06 Jul 2021

Older Versions

Apk Infos

Version1.0
Rating4.8/5, based on 19 votes
Size‎3.6 MB
Requires AndroidAndroid 4.4+ (KitKat)
Author's Notesঅসমীয়া ভাষাত ইছলাম সম্পর্কে জ্ঞানকোষ

About islamEnc APK

islamEnc APK Download for Android
islamEnc APK Download for Android

Description

ভিজন:
ইন্টাৰনেটত অসমীয়া ভাষাত ইছলাম সম্পর্কে জ্ঞানকোষ প্ৰস্তুত কৰা।
মিচন:
islamEnc.in এটি দাৱাতি, গৱেষণাধর্মী আৰু শিক্ষামূলক এপ্লিকেচন আৰু ৱেবছাইট। ইয়াৰ লক্ষ্য হৈছে– ইছলামৰ মূল গ্ৰন্থবোৰৰ অনুবাদ তথা বিভিন্ন মছলা মাছাইল সম্পর্কীয় প্রশ্নাৱলীৰ গৱেষণানির্ভৰ, দলিলভিত্তিক আৰু যিমানদূৰ সম্ভৱ বিস্তাৰিত আৰু সহজভাষাত উত্তৰ প্রদান কৰা। এই এপ্লিকেচন আৰু ৱেবছাইটৰ সকলো তথ্য তত্ত্বাৱধান কৰে শ্বাইখ ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান (হাফিযাহুল্লাহ্) চাহাবে। এই এপ্লিকেচনে মুছলিম-অমুছলিম সকলো প্রশ্নকাৰীৰ ইছলামিক শ্বৰীয়াহ সম্পর্কীয় অথবা মনস্তাত্বিক আৰু সামাজিক যিকোনো প্রশ্নক আদৰণি জনায়।
লক্ষ্য-উদ্দেশ্য:
১) কোৰআনৰ অসমীয়া অনুবাদ সহজলভ্য কৰা৷
২) বুখাৰী মুছলিমকে আদি কৰি হাদীছৰ অন্যান্য গ্ৰন্থবোৰৰ অসমীয়া অনুবাদ উপলব্ধ কৰা৷
৩) অসমীয়া ভাষাত অনুবাদ হোৱা নিৰ্ভৰযোগ্য ইছলামী কিতাপসমূহ পাঠকৰ বাবে সহজলভ্য কৰা৷
৪) ইছলাম প্রচাৰ আৰু দাৱাত প্ৰদান।
৫) ইছলামী জ্ঞানৰ প্রসাৰ আৰু মুছলমানৰ অজ্ঞতা দূৰীকৰণ।
৬) কাউন্সেলিং আৰু দলিলভিত্তিক শ্বাৰয়ি প্রশ্নোত্তৰ প্রদানৰ মাধ্যমত মানুহৰ চাহিদা পূৰণ।
৭) ইছলাম সম্পর্কে সন্দেহ সৃষ্টিকাৰী ব্যক্তিবর্গৰ সন্দেহ-সংশয়ৰ উত্তৰ প্রদান।
৮) জ্ঞানগত, শিক্ষাগত আৰু সামাজিক পৰামর্শ প্ৰদানৰ মাধ্যমত জীৱনঘনিষ্ঠ বিভিন্ন বিষয়ত মানুহক দিশ-নির্দেশনা প্রদান।
ৱেবছাইটৰ নীতি:
এই এপ্লিকেচন তথা ৱেবছাইটে আহলে ছুন্নত অল-জামাআতৰ আকিদা আৰু ছালাফে চলেহীনৰ অনুসৰণৰ প্রচাৰ কৰে। এই ৱেবছাইটে সর্বোচ্চ চেষ্টা কৰে, যাতে তথ্যসমূহ গ্রন্থিত হয় কোৰআন-ছুন্নাহৰ দলিলভিত্তিক আৰু গৃহীত হয় ইমাম আবু হানিফা (ৰাহিমাহুল্লাহ), ইমাম মালিক (ৰাহিমাহুল্লাহ), ইমাম শ্বাফেয়ী (ৰাহিমাহুল্লাহ) আৰু আহমাদ বিন হাম্বল (ৰাহিমাহুল্লাহ)ৰ মাজহাব চতুষ্টয়ৰ আলিমসকলৰ বক্তব্য, পূৰ্বৱৰ্তী আৰু পৰবৰ্তী অন্যান্য আলিমসকলৰ বাণী, ফিকাহ কাউন্সিলসমূহৰ সিদ্ধান্তৱলী আৰু ইছলামী জ্ঞানৰ বিভিন্ন শাখাত পাৰদর্শী তালিবুল ইল্মসকলৰ মতামতৰ পৰা।
এই ৱেবছাইটে অযথা তর্ক, গালি-শপনি, অশোভনী কথা আৰু নিষ্ফল বিবাদ ইত্যাদি এৰাই চলে, যিবোৰত কোনো ধৰণৰ কল্যাণ নাই। আমি আল্লাহৰ ওচৰত দুআ কৰোঁ তেওঁ যেন আমাক এই পথত অবিচল ৰাখে, হিদায়তৰ ওপৰত সুদৃঢ় ৰাখে আৰু তেওঁ যি পছন্দ কৰে আৰু ভালপায় আমাক যাতে সেইটো কৰিবলৈ তাওফীক প্ৰদান কৰে।

Copyright © 2021 islamEnc.in

Latest updates

What's new in version 1.0

The islamEnc.in is a dawah, academic and educational Website & App. The goal is to translate the fundamental books of Islam as well as offer advice and academic answers based on evidence from religious texts in an adequate and easy-to-understand manner. All contents of islamEnc are supervised by Shaykh Rafiqul Islam bin Habibur Rahman (may Allah preserve him). The App & Website welcomes questions from everyone, Muslims and otherwise, about Islamic, psychological and social matters.

How to install islamEnc APK on Android phone or tablet?

Download islamEnc APK file from ApkClean, then follow these steps:

Update Phone Settings

  • Go to your phone Settings page
  • Tap Security or Applications (varies with device)
  • Check the Unknown Sources box
  • Confirm with OK

Go to Downloads

  • Open Downloads on your device by going to My Files or Files
  • Tap the APK file you downloaded (com.app.islamenc-v1.0-ApkClean.apk)
  • Tap Install when prompted, the APK file you downloaded will be installed on your device.

Older Versions

1.0 (9)3.6 MB

Questions & Answers

Q: What is an APK File?

A: Just like Windows (PC) systems use an .exe file for installing software, Android does the same. An APK file is the file format used for installing software on the Android operating system.

Q: If I install an APK from this website, will I be able to update the app from the Play Store?

A: Yes, absolutely. The Play Store installs APKs it downloads from Google's servers, and sideloading from a site like ApkClean.net goes through a very similar process, except you're the one performing the downloading and initiating the installation (sideloading).
As soon as the Play Store finds a version of the app newer than the one you've sideloaded, it will commence an update.

Q: Why ApkClean.net can guarantee APK 100% safe?

A: Whenever someone wants to download an APK file from ApkClean.net, we'll check the corresponding APK file on Google Play and allow user download it directly (of course, we'll cache it on our server). If the APK file does not exist on Google Play, we'll search it in our cache.

Q: What are Android App permissions?

A: Apps require access to certain systems within your device. When you install an application, you are notified of all of the permissions required to run that application.

Don't hesitate to contact us if you have any questions or concerns.

(*) is required

User's Reivew

5 ★Nice app but improve the speed of this app.
5 ★Mashallah best Assamese app in Assamese language,,,
5 ★Amazing app, MaashaAllah
5 ★Glad to see it 🥰
5 ★Jazakallah khair ❤️। Mash Allah ধুনীয়া কৈ দিয়া হৈছে alhumdulillah ❤️। আল্লাহে তোমালোকৰ এই চেষ্টা, মেহনত, কোৰবাণী কবুল কৰক ❤️। আমিন। আশা কৰোঁ তোমালোকে এই app টোত আৰু add কৰিবা মাছলা, মাছইল আৰু বাকী হাদীছ গ্ৰন্থ সমূহ আৰু লগতে modify কৰাৰ দৰকাৰ In Shaa Allah ❤️।
5 ★আলহামদুলিল্লাহ৷ বহুত অপেক্ষাত আছিলোঁ৷ আল্লাহে আপোনালোকৰ এই মেহনত কবূল কৰক, আৰু সকলোকে ইয়াৰ দিয়াৰ উপকৃত কৰক৷ আমীন৷
5 ★Ma Sha Allah !!
5 ★ᗰᗩᔕᕼᗩ ᗩᒪᒪᗩᕼ
5 ★Good
5 ★Jazzakallahu Khaira
1 ★Masaallah